Subscribe
URL of the page has been copied to clipboard.
Meaning : মনৰ ভাল লগা ভাব
Example : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
Synonyms : ইচ্ছা, পছন্দ, ৰুচি
Meaning : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি
Example : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল
Synonyms : আগ্রহ, ইচ্ছা, ধাউতি, মন, হাবিলাস, হাবিয়াস, ৰুচি
Meaning : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
Example : এইখন মোৰ অতি প্রিয় গ্রন্থ
Synonyms : পছন্দ, প্রিয়, ভাল লগা, ৰুচি
Install App