Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বিভক্ত নহয়
Example : আমি ভাৰতৰ অখণ্ড একতা বজাই ৰাখিব লাগিব
Synonyms : অখণ্ড, অখণ্ডিত, অটুট, অবিভক্ত, অবিভাজিত
Meaning : যি ভিন্ন নহয়
Example : তেওঁলোকৰ অভিন্ন যোৰাটো দেখি সকলো আনন্দিত হৈ পৰে
Synonyms : অপৃথক, অভেদ
Install App