Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অভক্ষণীয় from অসমীয়া dictionary with examples, synonyms and antonyms.

অভক্ষণীয়   বিশেষ্য

Meaning : যি আহাৰে শৰীৰৰ অপকাৰ কৰে

Example : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে

Synonyms : অখাজ, অখাদ্য, অপথ্য, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-

অভক্ষণীয়   বিশেষণ

Meaning : যি খোৱাৰ যোগ্য নহয়

Example : এইটো অখাদ্য বস্তু

Synonyms : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য

Meaning : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য

Example : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়

Synonyms : খাব নোৱাৰা, খাব নোৱৰা, বেয়া