Meaning : বিদ্যমান নোহোৱা অৱস্থা বা ভাব
Example :
বিজ্ঞান ভূত-প্রেতৰ অবিদ্যমানতাৰ পক্ষত
Meaning : অনুপস্থিত হোৱাৰ অৱস্থা বা ভাব
Example :
মোৰ অনুপস্থিতিত এই কামটো হৈছিল
Synonyms : অনাগমন, অনুপস্থিতি