Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অবধ্য from অসমীয়া dictionary with examples, synonyms and antonyms.

অবধ্য   বিশেষণ

Meaning : যি কাৰো হাতত নমৰে বা যাক কোনোৱে মাৰিব নোৱাৰে

Example : আপুনি মোক কোনো অবধ্য জীৱৰ নাম কʼব পাৰিব নেকি ?

Meaning : যি মাৰিবৰ অযোগ্য

Example : অবধ্য পশুবোৰৰ বলি দিয়া নহয়