Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অপৰিচিত from অসমীয়া dictionary with examples, synonyms and antonyms.

অপৰিচিত   বিশেষ্য

Meaning : যিজন পৰিচিত নহয়

Example : আমি অপৰিচিতসকলৰ লগতো ভাল ব্যৱহাৰ কৰিব লাগে

অপৰিচিত   বিশেষণ

Meaning : যি পৰিচিত নহয়

Example : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে

Synonyms : অচিন, অচিনাকি, অজান, অজানা

Meaning : যিটো জ্ঞাত নহয়

Example : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে

Synonyms : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজান, অজানা, অজ্ঞাত, নজনা-নুশুনা