Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো প্রিয় নহয়
Example : অপ্রিয় কথা নকʼবা
Synonyms : অপ্রীতিকৰ
Meaning : যিটো পছন্দ নহয়
Example : বাধ্যত পৰি কিছুমান লোকে অপছন্দৰ বস্তু কিনিব লগাত হয়
Synonyms : অপছন্দ
Meaning : যিটো ৰুচিকৰ নহয়
Example : অৰুচিকৰ কাম কৰা উচিত নহয়
Synonyms : অপ্রীতিকৰ, অৰুচিকৰ
Install App