Meaning : উদাস হোৱা বা কোনো কামত মন নবহা অৱস্থা
Example :
তেওঁৰ চেহেৰাত উদাসীনতা প্রকাশ পাইছিল
Synonyms : অন্যমনস্কতা, উদাসী, উদাসীনতা
Meaning : অপ্রসন্ন হোৱা অৱস্থা বা ভাব
Example :
আপোনাৰ অসন্তুষ্টিৰ কাৰণটোনো কি ?
Synonyms : অসন্তুষ্টি, অসন্তোষ