Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অপহৰণ কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

অপহৰণ কৰা   ক্ৰিয়া

Meaning : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য

Example : এই পথত ডকাইতে পথিকক ডকাইতি কৰে

Synonyms : ডকাইতি, লুট কৰা, লুট-পাত কৰা

Meaning : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা

Example : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে

Synonyms : হৰণ কৰা, হৰা