Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অপব্যৱহাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

অপব্যৱহাৰ   বিশেষ্য

Meaning : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ

Example : আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত

Meaning : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য

Example : অপব্যৱহাৰো এক ধৰণৰ পাপ

Synonyms : অপপ্রয়োগ

Meaning : অনাহক আৰু অধিক খৰচ

Example : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে

Synonyms : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি