Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অপথ্য from অসমীয়া dictionary with examples, synonyms and antonyms.

অপথ্য   বিশেষ্য

Meaning : যি আহাৰে শৰীৰৰ অপকাৰ কৰে

Example : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে

Synonyms : অখাজ, অখাদ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-

Meaning : অনুপযুক্ত আহাৰ

Example : ৰোগীৰ কাৰণে মছলাযুক্ত আহাৰ কুপথ্য স্বৰূপ

Synonyms : কুপথ্য

অপথ্য   বিশেষণ

Meaning : যি হিতকৰ নহয় (আহাৰ)

Example : কিছুমান লোকে সোৱাদৰ কাৰণে কুপথ্যও খায়

Synonyms : কুপথ্য

Meaning : যি পথ্য নহয়

Example : কুপথ্য ভোজন কৰা অনুচিত

Synonyms : কুপথ্য

Meaning : যি খোৱাৰ যোগ্য নহয়

Example : এইটো অখাদ্য বস্তু

Synonyms : অখাজ, অখাদ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য