Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অপচয় from অসমীয়া dictionary with examples, synonyms and antonyms.

অপচয়   বিশেষ্য

Meaning : হেৰুওৱা বা লোকচান ভৰা কার্য

Example : ধনৰ ইমান অপচয় হোৱাৰ পিছতো তেওঁ ্স্বভাৱ সলনি নহʼল

Meaning : কোনোবাই দিয়া আজ্ঞা বা কাৰ্যৰ নোহোৱাৰ দৰে কৰা কাৰ্য

Example : চৰকাৰী আঁচনিবোৰৰ প্ৰায়েই অপচয় কৰা দেখা যায়

Meaning : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য

Example : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে

Synonyms : ক্ষয়, হ্রাস

Meaning : অনাহক আৰু অধিক খৰচ

Example : অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে

Synonyms : অতিখৰচী, অপপ্রয়োগ, অপব্যয়, অপব্যৱহাৰ, আধানার্জ্জি

অপচয়   বিশেষণ

Meaning : অনাহকত খৰচ কৰা

Example : অপচয়ৰ ধন কেতিয়াও ঘূৰি নাহে