Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অন্যায়-অত্যাচাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

Meaning : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

Example : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

Synonyms : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

Meaning : ন্যায়হীন হোৱা অৱস্থা বা ভাব

Example : ৰজাৰ অন্যায়ৰ কাৰণেই এজন নির্দোষীৰ প্রাণ গʼল

Synonyms : অন্যায়, ন্যায়হীনতা