Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অন্যায় from অসমীয়া dictionary with examples, synonyms and antonyms.

অন্যায়   বিশেষ্য

Meaning : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

Example : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

Synonyms : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ

Meaning : ন্যায়হীন হোৱা অৱস্থা বা ভাব

Example : ৰজাৰ অন্যায়ৰ কাৰণেই এজন নির্দোষীৰ প্রাণ গʼল

Synonyms : অন্যায়-অত্যাচাৰ, ন্যায়হীনতা

অন্যায়   বিশেষণ

Meaning : যিটো উচিত বা যুগুত নহয়

Example : তেওঁৰ অনুচিত কথাই এই কাজিয়াৰ কাৰণ

Synonyms : অনুচিত, অযথার্থ, অযুগুত, অসংগত, অসজ, অসমীচীন, ন্যায়বিৰুদ্ধ, ভুল