Meaning : যাৰ মন অন্য কোনো বস্তু বা কথাৰ প্রতি আসক্ত হৈ আছে
Example :
অন্যমনস্ক ব্যক্তিৰ মন কোনো কামতে নবহে
Synonyms : উনমনা
Meaning : যি সাৱধান নহয়
Example :
অসাৱধান লোক বিপদত পৰে
Synonyms : অনৱধান, অমনোযোগী, অসতর্ক, অসাৱধান, চকু-কাণ মুদা, বে-হুঁচিয়াৰ