Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অন্ধ-সংস্কাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

অন্ধ-সংস্কাৰ   বিশেষ্য

Meaning : নুবুজা-নকৰাকৈ বা চকু বন্ধ কৰি কোনো কথাত কৰা বিশ্বাস

Example : ভক্তিযুগৰ কবিসকলে সমাজত প্রচলিত অন্ধ-বিশ্বাস দূৰ কৰিবৰ কাৰণে অক্লান্ত প্রয়াস কৰিছিল

Synonyms : অন্ধ-বিশ্বাস, অন্ধবিশ্বাস, অন্ধসংস্কাৰ