Meaning : চকু নথকা বা চকুৰে একেবাৰে নেদেখা ব্যক্তি
Example :
অন্ধসকলৰ কাৰণে ব্রেইলি লিপি আৱিষ্কাৰ কৰা হৈছে
Meaning : যিজনে চকুৰে দেখা নাপায়
Example :
শ্যামে অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰাই দিলে
Synonyms : অন্ধলা, চক্ষুহীন, দৃষ্টিশক্তিহীন, দৃষ্টিহীন
Meaning : যি বিবেকবান নহয় বা যাৰ ভাল-বেয়াৰ জ্ঞান নাই
Example :
অবিবেকী কংসই ভগৱান কৃষ্ণক মাৰিবলৈ অনেক চেষ্টা কৰিছিল, কিন্তু সফল নহʼল
Synonyms : অজ্ঞানী, অবিবেকী, অবোধ, বিবেকশূন্য, বিবেকহীন