Subscribe
URL of the page has been copied to clipboard.
Meaning : সহৃদয় হোৱা ভাব
Example : সৌহার্দ্যৰ ্ জৰিয়তে সমাজত শান্তি স্থাপন কৰিব পৰা যায়
Synonyms : সহৃদয়তা, সৌহার্দ্য, হৃদ্যতা
Meaning : কাৰোবাৰ বহু ওচৰত থকা অৱস্থা বা ভাব
Example : তেওঁলোক দুজনৰ মাজত যথেষ্ট ঘনিষ্ঠতা আছে
Synonyms : অন্তৰংগতা, ঘনিষ্ঠতা
Install App