Subscribe
URL of the page has been copied to clipboard.
Meaning : হিন্দু ধর্ম অনুসৰি মৃত্যুৰ অধিপতি দেৱতা
Example : সতী সাৱিত্রীয়ে যমৰাজৰ পৰা সৌভাগ্যৱতী হোৱাৰ বৰ লাভ কৰি নিজৰ মৃত পতিক জীৱিত কৰি তুলিছিল
Synonyms : কৃতান্ত, ধর্ম্ম্্ৰাজ, ধর্ম্ম্্ৰায়, নাৰন্তক, প্রজান্তক, মহিষবাহন, মৃত্যু, যম, যম-ৰজা, যমৰাজ, শমন
Install App