Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব
Example : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল
Synonyms : অমিল, ফাট, বিভাজন, বিভেদ, ভেদ
Install App