Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অনুসৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

অনুসৰণ   বিশেষ্য

Meaning : দেখা-দেখিকৈ কৰা কাম

Example : আমি ভাল মানুহৰ অনুকৰণ কৰা উচিত

Synonyms : অনুকৰণ

Meaning : কাৰোবাৰ পিছে পিছে যোৱা কার্য

Example : শ্যামে তাৰ দেউতাকক অনুসৰণ কৰিছে

Synonyms : অনুক্রমণ, অনুগমন, খোজত খোজ মিলোৱা-, পদাংক অনুসৰণ, পদানুসৰণ, পশ্চাদগমন, পশ্চাদনুসৰণ, পিছে পিছে যোৱা-