Subscribe
URL of the page has been copied to clipboard.
Meaning : অনুবাদ কৰাৰ যোগ্য
Example : সকলো ৰচনা অনুবাদযোগ্য নহয়
Synonyms : অনুবাদযোগ্য
Meaning : যাৰ অনুবাদ হʼবলগীয়া আছে
Example : অনুবাদকে অনুবাদনীয় গ্রন্থখন পঠিয়াবলৈ কৈছে
Synonyms : অনুবাদযোগ্য, অনুবাদ্য
Meaning : অনুবাদ কৰাৰ বাবে উপযুক্ত
Example : এই কিতাপখন অনুবাদনীয়
Install App