Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন যোগ্য নহয়
Example : প্রবন্ধকগৰাকীয়ে অযোগ্য লোকসকলক সংস্থাৰ পৰা উলিয়াই দিলে
Synonyms : অনুপযুক্ত, অযোগ্য, অলায়ক, গড়লায়ক, জলধা, যোগ্যহীন
Meaning : যিটো উপযোগী নহয় বা কোনো কামত নাহে
Example : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
Synonyms : অনর্থক, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ
Install App