Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰাজ্যৰ শাসক পক্ষৰ পৰা কোনো বিশেষ কামৰ সহায়ৰ কাৰণে লাভ কৰা ধন
Example : বানপীড়িত এলেকাৰ কাৰণে কেন্দ্রীয় চৰকাৰে এক কোটি টকাৰ অনুদান দিছে
Meaning : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি
Example : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে
Synonyms : চান্দা, বৰঙণি
Install App