Meaning : যিজনে অনুকৰণ কৰে
Example :
নেতাৰ অনুকৰণকাৰীয়ে সকলোকে প্রভাৱিত কৰিলে
Synonyms : অনুকৰণ কর্তা, অনুকৰণকর্তা, অনুসৰণকাৰী
Meaning : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা
Example :
বান্দৰ বহুত অনুকৰণকাৰী
Synonyms : নকলকাৰী