Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অনুকৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

অনুকৰণ   বিশেষ্য

Meaning : দেখা-দেখিকৈ কৰা কাম

Example : আমি ভাল মানুহৰ অনুকৰণ কৰা উচিত

Synonyms : অনুসৰণ

Meaning : আনৰ কোনো কথা লৈ তথা তাক নিজৰ অনুকূল কৰি গ্ৰহণ কৰা কাৰ্য

Example : আমি ভাল কথাৰ অনুকৰণ কৰা উচিত