Subscribe
URL of the page has been copied to clipboard.
Meaning : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
Example : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
Synonyms : অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
Meaning : অনুকম্পা বা দয়া কৰা কার্য
Example : সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
Synonyms : সহানুভূতি
Meaning : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
Example : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
Synonyms : অনুগ্রহ, কৃপা, কৰুণা, দয়া, ৰহম
Install App