Subscribe
URL of the page has been copied to clipboard.
Meaning : যি অলপ সময় বা দিনহে থাকে
Example : জীৱনত সুখ ক্ষণস্থায়ী
Synonyms : অথিৰ, অস্থায়ী, ক্ষণভংগুৰ, ক্ষণভঙ্গুৰ, ক্ষণস্থায়ী
Meaning : যিটো নষ্ট হৈ যায়
Example : এই দেহা নশ্বৰ
Synonyms : অশাশ্বত, ক্ষয়শীল, নশ্বৰ, বিনাশী, ভঙ্গুৰ
Install App