Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো আৱশ্যক নহয়
Example : তুমি অলাগতিয়াল কামত নিজৰ সময় নষ্ট কৰা উচিত নহয়
Synonyms : অদৰকাৰী, অপ্রয়োজনীয়, অবাঞ্ছনীয়, অলাগতিয়াল, অলাগতীয়া, নলগা, নিষ্প্রয়োজন, ফালতু
Meaning : যি অদৰকাৰেৰে পূর্ণ
Example : অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
Synonyms : অদৰকাৰী, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা, লাপি-লুপা
Install App