Subscribe
URL of the page has been copied to clipboard.
Meaning : আস্থা বা শ্রদ্ধাৰ অভাৱ
Example : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়
Synonyms : অশ্রদ্ধা, আস্থাৰহিত, শ্রদ্ধাৰহিত
Meaning : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি
Example : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়
Synonyms : অনাসক্তি, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি, বিৰাগ
Install App