Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অনাগত from অসমীয়া dictionary with examples, synonyms and antonyms.

অনাগত   বিশেষণ

Meaning : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত

Example : মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো

Synonyms : আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন

Meaning : যি অহা নাই বা হোৱা নাই

Example : আমি অনাগত বন্ধুৰ অপেক্ষা কৰি আছোঁ

Meaning : ভৱিষ্যত কালত হʼবলগীয়া

Example : আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত

Synonyms : উত্তৰকালীন, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ