Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অনধিকাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

অনধিকাৰ   বিশেষ্য

Meaning : অধিকাৰহীন হোৱা অৱস্থা বা অধিকাৰ নোহোৱা বা প্রভুত্বৰ অভাৱ

Example : এই সম্পত্তিৰ ওপৰত ্তেওঁৰ অধিকাৰহীনতা প্রমাণ হোৱাৰ পিছত ্তেওঁ নিজৰ দাবী এৰিব লগাত পৰিল

Synonyms : অধিকাৰহীনতা, অনধিকাৰিতা

অনধিকাৰ   বিশেষণ

Meaning : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত

Example : আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে

Synonyms : স্বত্বহীন