Meaning : পঢ়াত বিশেষ ধ্যান দিওঁতা
Example :
অধ্যয়নশীল ৰমেশ সদায় ক্লাছত প্রথম হয়
Meaning : লিখা-পঢ়াত লাগি থকা
Example :
অনুগ্রহ কৰি অধ্যয়নশীল ছাত্রৰ অধ্যয়নত বাধাপ্রদান নকৰিব
Meaning : অধ্যয়ন কৰা বা পঢ়ি থকাজন
Example :
অধ্যয়নশীল ছাত্র কেতিয়াও অসফল নহয়