Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ব্যক্তিয়ে শিক্ষার্থীসকলক জ্ঞানপ্রদান কৰে বা পঢ়ায়:শিক্ষক আৰু ছাত্রৰ সম্পর্ক মধুৰ হʼব লাগে
Example :
Synonyms : আচার্য, গুৰু, পণ্ডিত, শিক্ষক, শিক্ষাগুৰু
Meaning : মাৰ দেউতাক
Example : মোৰ ককা অধ্যাপক
Synonyms : মাতামহ
Meaning : যি শিক্ষা প্রদান কৰে বা যাৰ পৰা শিক্ষা পোৱা যায়
Example : কিতাপেই তেওঁৰ শিক্ষক
Synonyms : গুৰু, মাষ্টৰ, শিক্ষক
Install App