Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বহুত উৎকণ্ঠিত
Example : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
Synonyms : অধীৰ, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল
Meaning : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
Example : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
Synonyms : অস্থিৰ, চঞ্চল
Meaning : কোনো কাম আদিত খৰধৰ লগোৱা
Example : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি
Synonyms : অধীৰ, ব্যগ্র
Install App