Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বহুত উৎকণ্ঠিত
Example : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
Synonyms : অধৈর্য, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল
Meaning : কোনো কাম আদিত খৰধৰ লগোৱা
Example : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি
Synonyms : অধৈর্য, ব্যগ্র
Install App