Meaning : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
Example :
সেনাই দুর্গটোক অধীন কৰিলে
Synonyms : অধিকাৰলৈ অনা, কাবু কৰা
Meaning : কাৰোবাক নিজৰ বশলৈ অনা
Example :
ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
Synonyms : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
Meaning : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
Example :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
Synonyms : অর্পণ ্কৰা