Subscribe
URL of the page has been copied to clipboard.
Meaning : একেৰাহে কিছুদিন ধৰি হোৱা সংসদ আদিৰ এবাৰৰ বৈঠক
Example : সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হʼল
Synonyms : সত্র
Meaning : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
Example :
Synonyms : কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলন, সন্মিলনী, সভা
Install App