Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঠাইত থকা বা বসতি কৰা লোক
Example : ইয়াৰ সকলো নিবাসীয়ে আবেদন কৰিছে যে আপোনালোক কোনেও যেন অচিনাকি লোকক নিজৰ ঘৰত আশ্রয় নিদিয়ে
Synonyms : আবাসিক, আবাসী, আৱাসিক, আৱাসী, নিবাসী, নিৱাসী, বসবাসকাৰী, বাস কৰোঁতা, বাসিন্দা
Meaning : ইউৰোপৰ এখন দেশ
Example : হিটলাৰ জার্মানীৰ অধিবাসী আছিল
Meaning : কোনো অন্য দেশত গৈ বসতি কৰা ব্যক্তি
Example : আৰম্ভণিতে অধিবাসীসকলে অধিক সংঘর্ষ কৰিবলগীয়া হৈছিল
Meaning : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
Example : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
Synonyms : অধিকৃত, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
Install App