Meaning : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব
Example :
সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে
Meaning : অধিপতি হোৱা অৱস্থা বা ভাব
Example :
প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল
Synonyms : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ
Meaning : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
Example :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
Synonyms : শক্তি