Meaning : কোনো কামত নহা বস্তু বা ভগা-চিগা বস্তু
Example :
সৌজন অদৰকাৰী বস্তুৰ বেপাৰী
Synonyms : পুৰণা বস্তু
Meaning : যিটো বস্তু উপযোগী নহয়
Example :
মোহনে অদৰকাৰী বস্তুৰ দʼমত জুই লগাই দিলে
Synonyms : অনুপযোগী বস্তু