Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বৰ উগ্র আৰু প্রবল
Example : লংকা যুদ্ধৰ জৰিয়তে বান্দৰ সেনাই অদম্য সাহসৰ পৰিচয় দিলে
Synonyms : অদমিত, অদম্য, দুর্দমনীয়, দুর্দম্য, দুর্দান্ত, ্ দুর্দম
Meaning : যাক জয় কৰিব নোৱাৰি
Example : মৃত্যু অপৰাজেয়
Synonyms : অজেয়, অদমিত, অদম্য, অপৰাজিত, অপৰাজেয়, অপৰাভূত, দুষ্পৰাজেয়, দুৰাক্রম্য
Install App