Subscribe
URL of the page has been copied to clipboard.
Meaning : পাৰ হৈ যোৱা কাল বা সময়
Example : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
Synonyms : অতীত, অতীত কাল, আগৰ সময়, কালি, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল
Install App