Subscribe
URL of the page has been copied to clipboard.
Meaning : আৱশ্যকতা অনুসৰি নির্দিষ্ট পৰিমাণতকৈ অলপ বেছি যোগ কৰা, বঢ়োৱা বা লগ লগোৱা
Example : অতিৰিক্ত খোৱাটো বেয়া
Synonyms : অতি বেছি, ওপৰঞ্চি, জিয়াদা, মাত্রাধিক, মাত্রাৰিক্ত
Meaning : নিয়ত, প্রচলিত বা সাধাৰণতকৈ অধিক
Example : এই মূল্যবৃদ্ধিৰ সময়ত অতিৰিক্ত আয় অবিহনে ঘৰ চলোৱা কঠিন
Install App