Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অট্টালিকা from অসমীয়া dictionary with examples, synonyms and antonyms.

অট্টালিকা   বিশেষ্য

Meaning : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ

Example : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে

Synonyms : ইমাৰত, কাৰেং, দালান, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাউলি, হাবেলি

Meaning : ডাঙৰ আৰু আটকধুনীয়া ঘৰ

Example : ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়

Synonyms : প্রাসাদ

Meaning : যিটো ভৱন অতি ওখ

Example : তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল

Synonyms : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান

Meaning : যি ভৱনত ভালেমান মহল থাকে

Example : মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে

Synonyms : বহুমহলীয়া ভৱন