Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো জ্ঞাত নহয়
Example : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
Synonyms : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অচিনাকি, অজান, অজানা, অপৰিচিত, নজনা-নুশুনা
Meaning : যিটো লুকুৱাই থোৱা হৈছে
Example : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
Synonyms : অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, প্রচ্ছন্ন, লুক্কায়িত
Install App