Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অজস্র from অসমীয়া dictionary with examples, synonyms and antonyms.

অজস্র   বিশেষণ

Meaning : যি পৰিমাণত বেছি

Example : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

Synonyms : অগণন, অগাধ, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

Meaning : যাক গণনা কৰিব নোৱাৰি

Example : আজিৰ সভাত অসংখ্য লোকে অংশগ্রহণ কৰিলে

Synonyms : অগণন, অসংখ্য, ঢেৰ, প্রতুল, বহুত, বিপুল