Subscribe
URL of the page has been copied to clipboard.
Meaning : হাত বা ভৰিৰ কাষত থকা সকলোতকৈ মোটা আঙুলি
Example : একলব্যই দ্রোণাচার্যক দক্ষিণা হিচাপে নিজৰ ্ সোঁহাতৰ বুঢ়া আঙুলি কাটি দিছিল
Synonyms : অংগুষ্ঠ, বুঢ়া আঙুলি, বৃদ্ধাংগুলি, বৃদ্ধাংগুষ্ঠ
Meaning : হাত বা ভৰিৰ আগৰ পৰা ওলোৱা অংগবিশেষ যি সাধাৰণতে পাঁচটাহে হয়
Example : তেওঁৰ ্ সোঁহাতত ছটা আঙুলি আছে
Synonyms : অঙ্গুল, অঙ্গুলি, আঙুল, আঙুলি, আঙ্গুল, আঙ্গুলি, কৰকণ্টক, কৰজ, কৰশাখা
Install App