Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word অঘৰী from অসমীয়া dictionary with examples, synonyms and antonyms.

অঘৰী   বিশেষ্য

Meaning : গৃহহীন বা যাযাবৰ হোৱা অৱস্থা

Example : কিছুমান মানুহ অঘৰী হʼবলৈ বাধ্য হয়

Synonyms : যাযাবৰ, যাযাবৰী

Meaning : যি লোকৰ কোনো স্থায়ী বসতিস্থল নাথাকে আৰু যাৰ কাৰণে তেওঁলোকে সদায় এখন ঠাই এৰি অন্য এখন ঠাইলৈ যাবলগীয়া হয়

Example : পথৰ দাঁতিত অঘৰীসকলে নিজৰ তম্বু তৰিছে

Synonyms : জিপচি