Subscribe
URL of the page has been copied to clipboard.
Meaning : স্বীকাৰ নকৰাৰ ভাব বা কার্য
Example : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
Synonyms : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা
Meaning : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব
Example : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়
Synonyms : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা
Meaning : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়
Example : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়
Synonyms : অগ্রহণীয়
Install App